Meaning : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
Example :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
Synonyms : ভিজোৱা
Meaning : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
Example :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
Synonyms : তিয়াই থোৱা, ভিজোৱা