Meaning : যিটো আছে তাক বাদ দি
Example :
জ্বৰতো আছিলেই, তাৰোপৰি পেটটো বিষো হʼবলৈ ধৰিলে
Synonyms : তাৰ বাহিৰেও
Meaning : কোনো কথা বা কামৰ বাহিৰেও
Example :
এফালে ভুল কৰিবি তাৰোপৰি কান্দিবিও এইটো কিবা কথা হʼল !
Synonyms : তদুপৰি