Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word তালি from অসমীয়া dictionary with examples, synonyms and antonyms.

তালি   বিশেষ্য

Meaning : প্রসাৰিত দুইখন হাতেৰে ইখনে সিখনক আঘাত কৰাৰ ফলত উৎপন্ন হোৱা শ্্ব্দ

Example : তালিৰ শ্্ব্দত কোঠাটো মুখৰিত হৈ উঠিল

Synonyms : কৰ-ধ্বনি, কৰধ্বনি, হাততালি

Meaning : শ্্ব্দ সৃষ্টি কৰিবলৈ এখন হাতোৰাৰে আনখন হাতোৰাক মৰা কার্য

Example : লʼৰা-ছোৱালীবোৰে চাপৰি বজাই আছিল

Synonyms : কৰতল ধ্বনি, চাপৰি