Subscribe
URL of the page has been copied to clipboard.
Meaning : নাৰিকলৰ জাতিৰ সৰু গোল ফল লগা এক বৃক্ষ
Example : তামোল গছত ডাল নাথাকে
Synonyms : গুৱা, চুপাৰি, তাম্বোল
Meaning : বিশেষকৈ পাণ আদিৰ লগত খোৱা বা শুদাই খোৱা এবিধ গোলাকাৰ টান ফল
Example : পূজা-পার্বণতো তামোল লাগে
Synonyms : গুৱা, তাম্বুল
Install App