Meaning : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
Example :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
Synonyms : তাচপাত, প্লে কার্ড
Meaning : তাচৰ পাতেৰে খেলিব পৰা খেল
Example :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে