Subscribe
URL of the page has been copied to clipboard.
Meaning : কমৰৰ ঠিক তলৰ তথা উৰুৰ ওপৰত থকা দেহাংশ
Example : দুর্ঘ্্টনাত তেওঁৰ তপিনা ক্ষতিগ্রস্ত হʼল
Synonyms : নিতম্ব, শ্রোণী
Meaning : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
Example : মোৰ তপিনাত বিষ হৈছে
Synonyms : টিকা
Meaning : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
Example : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
Synonyms : কটি, টিকা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
Install App