Subscribe
URL of the page has been copied to clipboard.
Meaning : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
Example : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
Synonyms : আচ্ছাদক, আচ্ছাদন, আৱৰণ, কবচ
Meaning : যিহৰ দ্বাৰা কোনো বস্তু ঢকা হয়:গাখীৰৰ পাত্রটোৰ ঢাকনিখন মাৰি থোৱা এই দোৱাতটোৰ সাফৰখন ভাঙি থাকিল
Example :
Synonyms : ঢাকন, ঢাকনা, ঢাকোন, সাঁফৰ, সোপা, সোফা
Install App