Subscribe
URL of the page has been copied to clipboard.
Meaning : ঢাকি নৰখা বা আৱৰি নৰখা
Example : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
Synonyms : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
Install App