Meaning : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
Example :
সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
Synonyms : কুচ-কাৱাজ
Meaning : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
Example :
এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
Synonyms : ড্রিল মেচিন, ড্রিলিং মেচিন