Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼৰ পৰা চৰাই, মাছ আদি জন্ম হয়
Example : তেওঁ ্ সদায় এটাকৈ কুকুৰা চৰাইৰ কণী খায়
Synonyms : অণ্ড, অণ্ডা, কণী, ডিম, ডিমা
Meaning : জীৱ-জন্তুৰ স্ত্রী জাতিৰ যি জননকোষে পুৰুষ জাতিৰ বী্র্যৰ সংযোগত নতুন জীৱৰ ৰূপ ধাৰণ কৰে
Example : ডিম্বাণুৰ পৰা জীৱৰ উৎপত্তি হয়
Synonyms : ডিম্বাণু
Install App