Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰঙা, গুলপীয়া বা বগা ৰঙৰ গুটি বা দানা থকা এবিধ গোলাকাৰ ফল
Example : ৰমেশে ডালিম খাই আছে
Meaning : ভিতৰত বহুত গুটি থকা এবিধ সোৱাদযুক্ত ফল আৰু আৰু তাৰ গছ
Example : মালীজনে বাগিছাত ডালিম ৰুই আছে
Synonyms : ডালিম গছ
Install App