Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো দৃঢ় নহয়
Example : থুনুকা বস্তু সহজে ভাগে
Synonyms : অদৃঢ়, অশক্ত, চনকা, চনচনীয়া, ঠনঠনীয়া, ভংগুৰ
Meaning : যাক ভাঙিব পাৰি
Example : সীতাৰ সয়ম্বৰত ৰামে ভঞ্জনীয় ধনু দাঙি ভাঙি পেলালে
Synonyms : ভঙ্গুৰ, ভঞ্জনশীল, ভঞ্জনীয়
Install App