Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঠিক from অসমীয়া dictionary with examples, synonyms and antonyms.

ঠিক   বিশেষণ

Meaning : যি কোনো কাম কৰিবৰ বাবে সমর্থ

Example : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

Synonyms : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

Meaning : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

Example :

Synonyms : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

Meaning : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই

Example : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে

Synonyms : যথার্থ, সঁ্চা, সত্য

Meaning : যেনে হোৱা উচিত তেনেধৰণৰ

Example : এই কথাটো মোৰ উচিত যেন লগা নাই

Synonyms : উচিত, উপযুক্ত, যোগ্য, সঠিক

Meaning : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে

Example : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে

Synonyms : বিন্যস্ত, ব্যৱস্থিত

Meaning : যিটো নি্র্ধাৰিত বা নিশ্চিত

Example : মই নিশ্চিত ঠাইত উপস্থিত হʼম

Synonyms : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক