Subscribe
URL of the page has been copied to clipboard.
Meaning : যি কোনো কাম কৰিবৰ বাবে সমর্থ
Example : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
Synonyms : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
Meaning : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
Example :
Synonyms : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
Meaning : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
Example : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
Synonyms : যথার্থ, সঁ্চা, সত্য
Meaning : যেনে হোৱা উচিত তেনেধৰণৰ
Example : এই কথাটো মোৰ উচিত যেন লগা নাই
Synonyms : উচিত, উপযুক্ত, যোগ্য, সঠিক
Meaning : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
Example : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
Synonyms : বিন্যস্ত, ব্যৱস্থিত
Meaning : যিটো নি্র্ধাৰিত বা নিশ্চিত
Example : মই নিশ্চিত ঠাইত উপস্থিত হʼম
Synonyms : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
Install App