Subscribe
URL of the page has been copied to clipboard.
Meaning : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
Example :
Synonyms : জাৰ, শীত, শৈত্য
Meaning : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
Example : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
Synonyms : শান্ত
Meaning : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
Example : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
Meaning : যি উষ্ণ নহয়
Example : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
Synonyms : শীতল
Meaning : যʼত শীতলতা আছে
Example : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
Synonyms : শীতল, ্ চেঁ্চা
Meaning : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
Example : নীলা এক শীতল ৰং
Install App