Subscribe
URL of the page has been copied to clipboard.
Meaning : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
Example : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
Synonyms : ইতিকিং, উপহাস, উপহাস্যতা, পেংলাই, পৰিহাস, ভেঙুচালি
Meaning : কাৰোবাক আমনি দিবলৈ, দুখী কৰিবলৈ বা তুচ্ছ আদি জ্ঞান কৰিবলৈ আওপকীয়াকৈ কোৱা কোনো কথা যি বিপৰীত ৰূপত উক্ত প্রকাৰৰ অভিপ্রায় প্রকাশ কৰে
Example : আজিকালিৰ নেতাই অন্য নেতাক উপহাস কৰাত পাকৈত
Synonyms : উপহাস, ব্যংগ, ব্যঙ্গ
Install App