Meaning : ওখ চকা থকা ঘোঁৰা গাড়ী
Example :
আমি ষ্টেচনৰ পৰা ঘৰলৈ ট্রাম গাড়ীত গʼলো
Synonyms : ট্রাম গাড়ী
Meaning : ৰেলৰ দৰে লোহাৰ চিৰিত বিদ্যুতৰ সহায়ত চলা এক প্রকাৰ গাড়ী
Example :
কলকাতাত ট্রামগাড়ী চলে
Synonyms : ট্রামগাড়ী