Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
Example : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
Synonyms : নোট
Meaning : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
Example : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
Meaning : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
Example : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
Synonyms : কপি কৰা, নকল কৰা, লিখা
Install App