Subscribe
URL of the page has been copied to clipboard.
Meaning : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
Example : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
Synonyms : টিন, ডিব্বা, বৈয়াম, বয়াম
Meaning : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
Example : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
Synonyms : টিন
Install App