Meaning : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
Example :
তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
Synonyms : টেপ-ৰেকর্ডাৰ
Meaning : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
Example :
মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
Synonyms : কেছেট
Meaning : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
Example :
তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে