Subscribe
URL of the page has been copied to clipboard.
Meaning : গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি
Example : টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়
Synonyms : কথা লগনীয়া, টুটকীয়া মানুহ, লগনিয়াৰ
Meaning : কথা লগাই ফুৰোঁতা
Example : টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে
Synonyms : লগনীয়া
Install App