Subscribe
URL of the page has been copied to clipboard.
Meaning : হাঁওফাওঁ ্ ক্ষয় কৰা এবিধ জীৱাণুজনিত ৰোগ যিয়ে লাহে লাহে শৰীৰ ্ দুর্বল কৰি মৃত্যু ঘটাব পাৰে:তেওঁ্ যক্ষ্মা ৰোগত আক্রান্ত লʼৰাটোক ঔষধ খুৱাবলৈ চহৰলৈ লৈ গৈছে
Example :
Synonyms : ক্ষয়ৰোগ, খেহৰোগ, টিউবাৰ কিউলোসিস, থাইসিস, যক্ষ্মা, ৰাজৰোগ
Meaning : যাৰ ক্ষয়ৰোগ আছে
Example : এই হস্পিতেলত যক্ষ্মা ৰোগীৰ সংখ্যা অধিক
Install App