Subscribe
URL of the page has been copied to clipboard.
Meaning : ভূ-ভাগৰ কিছু ওপৰলৈ উঠি থকা মাটি-পাথৰ অংশবিশেষ
Example : তেওঁ টিলাত থিয় হৈ মোক চিঞৰি আছিল
Synonyms : ঢিপ, স্তূপ
Meaning : আকাৰত সৰু পর্বত
Example : দৌৰি থকা মানুহজন দৌৰি দৌৰি টিলাটোত উঠিলগৈ
Synonyms : উপগিৰি, টিঙ্গনা, সৰু পাহাৰ
Install App