Subscribe
URL of the page has been copied to clipboard.
Meaning : ঘড়ী চলি থাকোতে উৎপন্ন হোৱা শ্্ব্দ
Example : ৰাতিৰ নিস্তব্ধতাত কেৱল ঘড়ীৰ টিকটিক শ্্ব্দ শুনিবলৈ পোৱা গৈছিল
Synonyms : টিক টিক, টিক-টিক
Meaning : ঘোঁৰা, গাধ আদিক আগবাঢ়িবৰ কাৰণে মুখেৰে কৰা শ্্ব্দবিশেষ
Example : টিকটিক শ্্ব্দ শুনাৰ লগে-লগে গাধটো আগবাঢ়িবলৈ ধৰিলে
Install App