Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ব্যক্তি বা বস্তুৰ প্রভাৱ বা গুণ উলিয়াই দিয়া
Example : বাজীকৰজনে শিশুটোৰ শৰীৰৰ পৰা সাপৰ বিষ টানি আনিলে
Synonyms : শুহি অনা
Meaning : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা
Example : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে
Synonyms : টনা, তুলি অনা, তোলা
Install App