Meaning : টাইৱান দেশৰ অধিবাসী
Example :
কালি মই এজন টাইৱানীক লগ পাইছিলোঁ
Synonyms : টাইৱান বাসী, টাইৱান-বাসী
Meaning : টাইৱানৰ সৈতে সম্বন্ধ থকা বা টাইৱানৰ
Example :
আমি টাইপেইৰ সংগ্রহালয়ত টাইৱানী কলাৰ অদ্ভূত চানেকি দেখিলোঁ