Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word টনা-টনি from অসমীয়া dictionary with examples, synonyms and antonyms.

টনা-টনি   বিশেষ্য

Meaning : কোনো বস্তুক প্রাপ্ত কৰিবৰ বাবে বিভিন্ন পক্ষৰ সেই বস্তুটোক নিজৰ ফালে টনা কার্য

Example : টনা-টনি কৰোঁতে তেওঁৰ ্কাপোৰ ফাটি থাকিলে

টনা-টনি   ক্ৰিয়া

Meaning : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য

Example : ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা

Synonyms : টনা-আজোৰা