Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word টনা-আঁজোৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

টনা-আঁজোৰা   বিশেষ্য

Meaning : তলৰ ফাললৈ টনা বা বগৰাই পেলোৱা কার্য

Example : কিছুমান মানুহে টনা-আঁজোৰা কৰিয়েই সুখ পায়

Meaning : কোনোৰ বস্তুৰ অপকাৰ সাধন হোৱাকৈ নিজৰ স্থানৰ পৰা আঁতৰোৱা বা কোনো ভঙা-গঢ়াৰ কার্য ্কৰা

Example : ইয়াত ৰখা বস্তুবোৰৰ লগত টনা-আঁজোৰা নকৰিবা

Synonyms : কঢ়া-আঁজোৰা