Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word টনা from অসমীয়া dictionary with examples, synonyms and antonyms.

টনা   বিশেষ্য

Meaning : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য

Example : টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে

Meaning : টনাৰ অৱস্থা বা ভাব

Example : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

Synonyms : টানি ধৰা

Meaning : টনা কার্য ্বা ভাব

Example : অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল

Meaning : টনাৰ কাৰ্য বা ভাব

Example : অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল

Synonyms : আজোৰা

টনা   ক্ৰিয়া

Meaning : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

Example : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

Synonyms : টানি অনা, তুলি অনা, তোলা

Meaning : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য

Example : ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে

Synonyms : টানি উলিওৱা

Meaning : ঘঁহনি খাই যোৱাকৈ টনা কার্য

Example : তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে

Meaning : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা

Example : মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে

Meaning : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

Example : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

Synonyms : চৰোৱা

Meaning : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য

Example : এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো

Meaning : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

Example : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

Synonyms : অঁ্কা

Meaning : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা

Example : চিকাৰীয়ে ধনুৰ গুণ টানিছে

Synonyms : কচা, টানি বন্ধা

Meaning : যন্ত্রৰ অংগ টান কৰি বহুওৱা

Example : তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল

Synonyms : টাইট কৰা, টান কৰা

Meaning : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা

Example : চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে

Synonyms : খন্দা