Meaning : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
Example :
ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
Synonyms : চাচি, ধুমুহা-বতাহবানাহ
Meaning : তীব্রবেগী ধুমুহা
Example :
কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
Synonyms : ধুমুহা-বতাহ