Meaning : কোনো বিষয়া বা ৰাজ্যৰ দ্বাৰা শাস্তি স্বৰূপে কোনো অপৰাধীৰ সম্পত্তিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা কার্য
Example :
লালা দদাইদেউৰ সকলো সম্পত্তি জ্্ব্দ কৰিলে
Synonyms : বাজেয়াপ্ত
Meaning : হেৰোৱা, চুৰি হোৱা বা নোপোৱা কোনো বস্তু আদি কʼৰবাৰ পৰা বিচাৰি উলিওৱা
Example :
গাঁওবুঢ়াৰ ঘৰৰ পৰা পুলিচে চুৰি মাল জ্্ব্দ কৰিলে