Meaning : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা
Example :
আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে
Meaning : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
Example :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
Synonyms : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
Meaning : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা
Example :
জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে
Meaning : চাকি আদি জ্বলা কার্য
Example :
মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে
Synonyms : প্রজ্বলন কৰা