Meaning : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
Example :
বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
Synonyms : জ্বলি যোৱা
Meaning : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
Example :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
Synonyms : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা