Meaning : অন্য কোনো বস্তুৰ শেষত লগোৱা
Example :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
Synonyms : জোৰা, সংলগ্ন কৰা
Meaning : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
Example :
মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
Synonyms : জোৰা দিয়া