Meaning : কোনো বিশেষ বস্তু আদিৰ প্রতি দিয়া গুৰুত্ব
Example :
মন্ত্রী মহোদয়ে নিজৰ ভাষণত শিক্ষা আৰু পৰিয়াল পৰিকল্পনাত অধিক যোৰ দিছে
Meaning : শৰীৰৰ বল
Example :
সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
Synonyms : শকতি, শক্তি, শাৰীৰিক বল, শাৰীৰিক শক্তি