Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰসযুক্ত বা চিপচিপিয়া হোৱা অৱস্থা বা ভাব
Example : চেনি পগালে এঠালেটীয়া হয়
Synonyms : এঠা-এঠা, এঠালেটীয়া
Meaning : যাৰ আঠা ধৰিব পৰা গুণ আছে বা যʼত আঠা আছে
Example : চাউলত পানী বেছি হোৱাৰ কাৰণে ভাতবোৰ এঠা-এঠা হʼল
Synonyms : এঠা-এঠা, কেটেপা-কেটেপ, লেটকেটীয়া
Install App