Subscribe
URL of the page has been copied to clipboard.
Meaning : থকা বা ধাৰণ কৰা ঠাই
Example : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই
Meaning : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
Example : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
Synonyms : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
Meaning : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
Example : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
Synonyms : অৱস্থান, জাগা, ঠাই
Meaning : এক বিশেষ স্থিতি
Example : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
Synonyms : ঠাই
Install App