Meaning : বিপদ বা সংকট থকা কাম বা আয়োজন
Example :
হত্যাকাৰীৰ ওচৰ পাবলৈ তেওঁ এক জুৱা খেলিলে
Meaning : বাজী লগাই খেলা হৰা-জিকা একপ্রকাৰৰ খেল
Example :
পাণ্ডৱে দ্রৌপদীক জুৱাত হাৰিছিল
Synonyms : জুৱাখেল, দ্যুত ক্রীড়া