Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জুইশলা from অসমীয়া dictionary with examples, synonyms and antonyms.

জুইশলা   বিশেষ্য

Meaning : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ

Example : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে

Synonyms : দিয়াচলাই, মেচ, মেচ বক্স

Meaning : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়

Example : মমতাই জুইশলাৰে ধূপ জ্বলাইছে

Synonyms : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী