Subscribe
URL of the page has been copied to clipboard.
Meaning : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
Example : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
Synonyms : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱন, প্রাণ, পৰাণ
Meaning : যʼ প্রাণ আছে বা সজীৱ প্রাণী
Example : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
Synonyms : জীৱধাৰী, প্রাণধাৰী, প্রাণী, সজীৱ
Meaning : জীয়াই থকা অৱস্থা
Example : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
Synonyms : চেতনা, জান, জিন্দেগি, জীউ, জীৱন, ধাতু, প্রাণ, পৰাণ
Meaning : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
Synonyms : জন্তু, জানোৱাৰ, প্রাণী
Install App