Meaning : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
Example :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
Synonyms : জয়ী হোৱা, বিজয়ী হোৱা
Meaning : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
Example :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
Synonyms : জয় কৰা
Meaning : প্রতিযোগিতাত সফলতা লাভ কৰা
Example :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
Synonyms : সফল হোৱা