Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জালুক from অসমীয়া dictionary with examples, synonyms and antonyms.

জালুক   বিশেষ্য

Meaning : ব্যঞ্জন আদিত মছলা হিচাপে ব্যৱহাৰ কৰা তিতা, কʼলা, সৰু গোলাকাৰ গুটি বিশেষ

Example : মোৰ ককাদেউতাই জালুক দি বনোৱা চাহ খাই ভাল পায়

Meaning : ব্যঞ্জনত মছলা হিচাপে ব্যৱহাৰ কৰা সৰু, গোলাকাৰ,কʼলা আৰু জ্বলা সোৱাদৰ গুটিৰ এজোপা লতাজাতীয় গছ

Example : খেতিয়কে পথাৰত জালুক গছৰ শিপা উঘালি আছে

Synonyms : জালুক গছ