Subscribe
URL of the page has been copied to clipboard.
Meaning : এবিধ চিৰসেউজীয়া বৃক্ষৰ বেঙুনীয়া বা কʼলা ৰঙৰ সৰু ফল
Example : তেওঁ্ জামু খাই আছে মধুমেহ ৰোগীয়ে জামুক খাব লাগে
Synonyms : জামুক
Meaning : বেঙুনীয়া বা কʼলা ৰঙৰ সৰু সৰু ফল লগা এবিধ চিৰসেউজীয়া বৃক্ষ
Example : তেওঁৰ ্ বাগিচাত পাঁচজোপা জামু আছে
Synonyms : জামু গছ, জামুক, জামুক গছ
Install App