Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জাবৰ-জোথৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

জাবৰ-জোথৰ   বিশেষ্য

Meaning : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু

Example : তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত

Synonyms : জাবৰ

Meaning : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি

Example : জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত

Synonyms : জাবৰ