Subscribe
URL of the page has been copied to clipboard.
Meaning : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য
Example : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে
Synonyms : উৰি দিয়া, দিয়া
Meaning : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
Example : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
Meaning : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
Example : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
Synonyms : থেলি থোৱা
Install App