Meaning : যি লিপিত জাপানী ভাষা লিখা হয়
Example :
ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
Synonyms : জাপানী-লিপি
Meaning : জাপান দেশৰ ভাষা
Example :
ৰামে জাপানী কʼব পাৰে
Meaning : জাপানত বসবাস কৰা
Example :
জাপানীসকল বৰ পৰিশ্রমী
Meaning : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
Example :
জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়