Subscribe
URL of the page has been copied to clipboard.
Meaning : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
Example : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
Synonyms : জন্তু, জীৱ, প্রাণী
Meaning : বনত থকা বা পোৱা পশু
Example : বাঘ এবিধ বনৰীয়া জন্তু
Synonyms : জংঘলী জন্তু, বন্য পশু, বন্য-প্রাণী, বন্যপ্রাণী, বনৰীয়া জন্তু
Install App