Subscribe
URL of the page has been copied to clipboard.
Meaning : জাগি থকা এক অৱস্থা
Example : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
Synonyms : জাগা
Meaning : অনুন্নত অৱস্থাৰ পৰা ওলাই কোনো বর্গ ্বা জাতিয়ে উন্নত অৱস্থালৈ আহিবলৈ প্রযত্ন কৰা অৱস্থা
Example : ১৮৫৭ চনৰ জাগৰণে লাহে-লাহে যুদ্ধৰ ৰূপ লʼলে
Install App