Subscribe
URL of the page has been copied to clipboard.
Meaning : ধর্মীয় বিশ্বাস অনুসৰি পাপী বা দুৰাচাৰীৰ আত্মাই শাস্তি ভোগকৰা ঠাই
Example : পাপীবিলাকে মৃত্যুৰ পিচত নৰকত স্থান পায়
Synonyms : দোখজ, নর্ক, নৰক, যমপুৰী
Meaning : বহুত লেতেৰা বা কষ্টকৰ ঠাই
Example : সন্ত্রাসবাদৰ কৱলত পৰি এই চহৰখন আমাৰ কাৰণে নৰক হৈ পৰিছে
Synonyms : নৰক
Install App