Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জলপৰী from অসমীয়া dictionary with examples, synonyms and antonyms.

জলপৰী   বিশেষ্য

Meaning : আধা অংশ নাৰীৰ দৰে আৰু আধা অংশ মাছৰ নিচিনা হোৱা এক সামুদ্রিক কল্পিত জীৱ

Example : সৰু লʼৰা-ছোৱালীয়ে জলপৰীৰ কাহিনী শুনিবৰ বাবে আগ্রহ কৰে

Synonyms : জল-পৰী, জলকণ্যা, মৎস্যকণ্যা