Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word জলধৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

জলধৰ   বিশেষ্য

Meaning : পৃথিৱীৰ পানীভাগ সূর্যৰ ্ তাপত ভাপ হৈ আকাশত জমা হোৱা অংশ আৰু যʼৰ পৰা বৰষুণ হয়

Example : মেঘৰ পৰা বৰষুণ হয় আকাশখন কʼলা ডাৱৰে ছানি ধৰিছে

Synonyms : অভ্র, অম্বুধৰ, জলদ, ডাৱৰ, পয়োধৰ, বাৰিদ, মেঘ

Meaning : পৃথিৱীৰ স্থলভাগ আৱৰি থকা বিশাল জলৰাশি:সাগৰৰ পানী লুণীয়া ব্রহ্মপুত্র নদী বঙ্গোপসাগৰত মিলিত হৈছে

Example :

Synonyms : অম্বুধি, অম্বুনিধি, অম্ভোধি, উদধি, জলধি, জলনিধি, জলাধিপ, তোয়ধি, পয়োধি, পয়োনিধি, বাৰিধি, বাৰীন্দ্র, সমুদ্র, সাগৰ, সিন্ধু, ্ ৰত্নগর্ভা